• + 91 9990017344
  • info@primecertification.com

Client Details

Assam Electricity Board

We are a world class company serving the people of Assam for all round development of the State. We supply 24x7 uninterrupted, reliable, affordable, safe and quality power to our customers. We delight our customers by exceeding their expectations in providing 100% satisfaction in all aspects of our service.

We run our operations sustainably in an environment friendly manner. We keep our infrastructure in good health by undertaking timely preventive and predictive maintenance. We ensure that all our operations are safe for our employees as well as for the people whom we serve. We are extremely frugal in everything we do so that the cost of our operations is low. We undertake new projects to continuously upgrade our systems to provide quality power to our customers. We ensure that all our projects are completed in time with the least cost and best quality. Our vendors and contractors are our partners in enabling accelerated growth of Assam. In all our operations, we earn a reasonable profit to generate adequate surplus for taking up new projects to serve our customers.

We are very humane in our approach to all our employees who work as a disciplined team 24x7 in the most difficult conditions while being fully accountable to the community they serve.

This is who we are and this is what we will continue to be.

আমাৰ পৰিচয়

আমি অসমবাসী লোকসকলৰ সকলো দিশৰ বিকাশৰ লক্ষ্যত উৎসর্গিত এক বিশ্বমানৰ প্রতিষ্ঠান। আমি আমাৰ উপভোক্তাসকলক সকলো সময়তে (২৪×) নিৰৱচ্ছিন্ন, বিশ্বাসযোগ্য, সুৰক্ষিত, সুলভ আৰু মানসম্পন্ন বিদ্যুতৰ যোগান ধৰো। আমাৰ সকলো ধৰণৰ সেৱাত উপভোক্তাসকলে ১০০ শতাংশ সন্তুষ্টি লাভ কৰাটো সুনিশ্চিত কৰি আমি উপভোক্তাসকলক তেওঁলোকৰ আশাকৈও বেছি সন্তুষ্টি প্রদান কৰো

আমি আমাৰ সেৱাসমূহ আগবঢ়াওতে পৰিৱেশ-বন্ধু পদ্ধতি আৰু বহনক্ষম উন্নয়ণত যথোচিত গুৰুত্ব দিওঁ। আমি সময়োপযোগী প্রতিৰক্ষামূলক আৰু নিৰোধক ৰক্ষণাবেক্ষণৰ কাম সম্পন্ন কৰি আমাৰ আন্তঃগাঁথনিসমূহক সুস্থ-সবল কৰি ৰাখো। আমি আমাৰ কামসমূহ কৰোতে আমাৰ নিজৰ বিষয়া-কর্মচাৰীসকল, আৰু লগতে আমি সেৱা আগবঢ়োৱা লোকসকল যাতে সুৰক্ষিত হৈ থাকে, সেয়া সুনিশ্চিত কৰো। আমাৰ সেৱাসমূহৰ বাবদ হোৱা ব্যয় নিম্নতম কৰিবলৈ আমি সকলো ক্ষেত্রতে অতিশয় মিতব্যয়ী। আমাৰ উপভোক্তাসকললৈ মানসম্পন্ন বিদ্যুৎ যোগান অব্যাহত ৰাখিবৰ বাবে আমি আমাৰ বৈদ্যুতিক প্রণালীসমূহ নিৰন্তৰভাবে উন্নীত কৰি ৰাখো। আমি আমাৰ প্রকল্পসমূহ সময়মতে সম্পূর্ণ কৰি তোলো আৰু লগতে প্রকল্প-ব্যয় কমাবলৈ আৰু কামবোৰৰ মানদণ্ড উন্নত কৰিবলৈ চেষ্টা কৰো। অসমৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্রত আমাৰ সামগ্রী যোগানকাৰী আৰু ঠিকাদাৰসকলো আমাৰ অংশীদাৰ। আমাৰ সকলো কামত আমি এক যুক্তিসন্মত লাভহে আর্জন কৰিবলৈ চেষ্টা কৰো, যাতে আমি আমাৰ উপভোক্তাসকলক মানবিশিষ্ট সেৱা আগবঢ়াবলৈ প্রয়োজনীয় সম্পদ আহৰণ কৰিব পাৰো

আমাৰ সকলো বিষয়া-কর্মচাৰীয়ে আটাইতকৈ কঠিন পৰিস্থিতিতো এটা গোট হিচাপে, আৰু তেওঁলোকে সেৱা আগবঢ়োৱা লোকসকলৰ প্রতি উৎসর্গিতভাবে, কাম কৰি যায়। আমাৰ সেই নিষ্ঠাবান বিষয়া-কর্মচাৰীসকলৰ প্রতি আমাৰ নীতি আৰু মনোভাৱ অতি মানৱীয় আৰু সহানুভূতিমূলক

আমাৰ বর্তমান পৰিচয় এয়াই আৰু আমি ভৱিষ্যতেও এনে হৈ থাকিম